Jump to content

User:Bishnu Saikia/EditCounterGlobalOptIn.js: Difference between revisions

From Meta, a Wikimedia project coordination wiki
Content deleted Content added
Created page with "নমস্কাৰ| মোৰ নাম বিষ্ণু শ‍ইকীয়া| বসতি স্থান তেজপুৰৰ [[তৰাজান কুম..."
 
No edit summary
 
Line 1: Line 1:
Welcome to my profile. I am working for the [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 Assamese Wikipedia].
নমস্কাৰ| মোৰ নাম বিষ্ণু শ‍ইকীয়া| বসতি স্থান [[তেজপুৰ]]ৰ [[তৰাজান কুমাৰগাওঁ]], [[মিছন চাৰিআলি (তেজপুৰ)|মিছন চাৰিআলিৰ]] পৰা প্ৰায় ১ মাইল দুৰত | কৰ্মসুত্ৰে ম‍ই [[অসম চৰকাৰ|অসম চৰকাৰৰ]] অধীনস্থ [[জনস্বাস্থ্য কাৰিকৰী বিভাগ]], [[তেজপুৰ]] চক্ৰ, তেজপুৰ কাৰ্য্যালয়ত কনিষ্ঠ সহায়ক পদত কাম কৰি আছোঁ| চিৰ চেনেহী মোৰ [[অসমীয়া]] ভাষাটোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 অসমীয়া ৱিকিপেডিয়া]ত যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে এক চৰম আত্মসন্তুষ্টি কিয়নো ম‍ই মোৰ মাতৃভূমিৰ ঋণ কিঞ্চিত হ’লেও পৰিশোধ কৰিব পাৰিছোঁ|

Latest revision as of 18:20, 13 January 2012

Welcome to my profile. I am working for the [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 Assamese Wikipedia].