Jump to content

User:Bishnu Saikia/EditCounterGlobalOptIn.js

From Meta, a Wikimedia project coordination wiki
This is an archived version of this page, as edited by Bishnu Saikia (talk | contribs) at 18:18, 13 January 2012 (Created page with "নমস্কাৰ| মোৰ নাম বিষ্ণু শ‍ইকীয়া| বসতি স্থান তেজপুৰৰ [[তৰাজান কুম..."). It may differ significantly from the current version.
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Note: After publishing, you may have to bypass your browser's cache to see the changes.

  • Firefox / Safari: Hold Shift while clicking Reload, or press either Ctrl-F5 or Ctrl-R (⌘-R on a Mac)
  • Google Chrome: Press Ctrl-Shift-R (⌘-Shift-R on a Mac)
  • Edge: Hold Ctrl while clicking Refresh, or press Ctrl-F5.
নমস্কাৰ| মোৰ নাম বিষ্ণু শ‍ইকীয়া| বসতি স্থান [[তেজপুৰ]] [[তৰাজান কুমাৰগাওঁ]], [[মিছন চাৰিআলি (তেজপুৰ)|মিছন চাৰিআলিৰ]] পৰা প্ৰায়  মাইল দুৰত | কৰ্মসুত্ৰে ম‍ই [[অসম চৰকাৰ|অসম চৰকাৰৰ]] অধীনস্থ [[জনস্বাস্থ্য কাৰিকৰী বিভাগ]], [[তেজপুৰ]] চক্ৰ, তেজপুৰ কাৰ্য্যালয়ত কনিষ্ঠ সহায়ক পদত কাম কৰি আছোঁ| চিৰ চেনেহী মোৰ [[অসমীয়া]] ভাষাটোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 অসমীয়া ৱিকিপেডিয়া]ত যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে এক চৰম আত্মসন্তুষ্টি কিয়নো ম‍ই মোৰ মাতৃভূমিৰ ঋণ কিঞ্চিত হ’লেও পৰিশোধ কৰিব পাৰিছোঁ|