Universal Code of Conduct/Enforcement guidelines/Voter information/as: Difference between revisions

From Meta, a Wikimedia project coordination wiki
Content deleted Content added
Mohsin274 (talk | contribs)
Created page with "ভোটৰ ফলাফলৰ অনিয়মতা পৰীক্ষা অনা-কৰ্মচাৰী ৱিকিমেডিয়ানসকলৰ দ্বাৰা কৰা হ'ব― যিসকলৰ আন্দোলনৰ ভোটদান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে। ভোটৰ পৰীক্ষকসকল হৈছে:"
Mohsin274 (talk | contribs)
Created page with ":*User:Sj – প্ৰাক্তন ট্ৰাষ্টী, প্ৰাক্তন অধীক্ষক :*User:Tks4Fish – বৰ্তমানৰ অধীক্ষক, পৰ্তুগীজ ৱিকিপিডিয়াৰ প্ৰশাসক, চেক-ইউজাৰ আৰু নিৰীক্ষক"
Line 84: Line 84:
ভোটৰ ফলাফলৰ অনিয়মতা পৰীক্ষা অনা-কৰ্মচাৰী ৱিকিমেডিয়ানসকলৰ দ্বাৰা কৰা হ'ব― যিসকলৰ আন্দোলনৰ ভোটদান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে। ভোটৰ পৰীক্ষকসকল হৈছে:
ভোটৰ ফলাফলৰ অনিয়মতা পৰীক্ষা অনা-কৰ্মচাৰী ৱিকিমেডিয়ানসকলৰ দ্বাৰা কৰা হ'ব― যিসকলৰ আন্দোলনৰ ভোটদান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে। ভোটৰ পৰীক্ষকসকল হৈছে:


:*[[User:Sj]] – প্ৰাক্তন ট্ৰাষ্টী, প্ৰাক্তন অধীক্ষক
<div lang="en" dir="ltr" class="mw-content-ltr">
:*[[User:Tks4Fish]] – বৰ্তমানৰ অধীক্ষক, পৰ্তুগীজ ৱিকিপিডিয়াৰ প্ৰশাসক, চেক-ইউজাৰ আৰু নিৰীক্ষক
:*[[User:Sj]] – former Trustee, former steward
:*[[User:Tks4Fish]] – current steward, Portuguese Wikipedia Administrator, Checkuser and Oversighter
</div>
<div lang="en" dir="ltr" class="mw-content-ltr">
<div lang="en" dir="ltr" class="mw-content-ltr">
:*[[User:Matanya]] – current steward, admin on hewiki and Commons, member of the Small Wiki Monitoring Team
:*[[User:Matanya]] – current steward, admin on hewiki and Commons, member of the Small Wiki Monitoring Team

Revision as of 10:30, 20 March 2022

VOTE HERE

Universal Code of Conduct

সাৰ্বজনীন আচৰণবিধি (UCoC)ৰ বাবে প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহক অনুমোদিত কৰিবলৈ ২০২২ চনৰ ৭ৰ পৰা ২১ মাৰ্চলৈকে SecurePoll-ৰ জৰিয়তে এক ভোটদান প্ৰক্ৰিয়া নিৰ্ধাৰিত কৰা হৈছে। ৱিকিমিডিয়া সমাজৰ প্ৰতিগৰাকী যোগ্য ভোটাৰেই প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ গ্ৰহণ কৰাৰ সমৰ্থন বা বিৰোধিতা কৰাৰ লগতে কাৰণ জনোৱাৰ সুযোগ পাব। UCoC-ৰ বাবে প্ৰৱৰ্তনৰ পথ আৰু প্ৰক্ৰিয়াসমূহ স্থাপন কৰিবলৈ প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ অনুমোদিত কৰাটো প্ৰয়োজনীয়। তলত ভোটদানৰ নিৰ্দেশনা আৰু ভোটাৰৰ যোগ্যতা সম্বন্ধে বিতং তথ্য পাব।

লগতে ভোট দিয়াৰ বিষয়ে জানিবলৈ ভোটদান-সম্বন্ধীয় সঘনাই উত্থাপিত প্ৰশ্নাৱলীও চাওক।


ভোটাৰ-প্ৰচাৰৰ স্বেচ্ছাসেৱকসকলৰ বাবে আহ্বান

আপুনি আপোনাৰ সমাজত ভোটাৰৰ সংখ্যা উন্নত কৰাত সহায় কৰিব বিচাৰে নেকি? আপোনাৰ নিৰ্বাচন বা ভোটদানৰ অভিজ্ঞতা থকাৰ প্ৰয়োজন নাই। স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সমাজক অনুমোদন-ভোটৰ বিষয়ে অৱগত কৰোৱাত সহায় কৰিব পাৰে। আটাইবোৰ ৱিকিমিডিয়া প্ৰকল্পৰ স্বেচ্ছাসেৱকসকলকেই আদৰণি জনোৱা হৈছে! আপোনাৰ সমাজক অংশগ্ৰহণ কৰোৱাই অনুমোদন-ভোটত (৭ - ২১ মাৰ্চ ২০২২) আপোনাৰ সমাজৰ কণ্ঠ আৰু স্বাৰ্থ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাত সহায় কৰক! আপুনি আপডেট পাবলৈ মেটা-ৱিকিত পঞ্জীয়ন কৰি, অনুবাদ-সম্বন্ধীয় প্ৰশ্নাৱলীৰ বাবে আলোচনা-পৃষ্ঠা ব্যৱহাৰ কৰি এইটো কৰিব পাৰে নাইবা আমাক ucocproject@wikimedia.org-ত যোগাযোগ কৰিব পাৰে।


ভোটদান প্ৰক্ৰিয়া

আপুনি যদি ভোটদান কৰিবলৈ যোগ্য হয়:

  1. সাৰ্বজনীন আচৰণবিধি নীতিৰ প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰক।
  2. প্ৰৱৰ্তনৰ নিৰ্দেশনাসমূহ গ্ৰহণ কৰাৰ সমৰ্থন কৰিব নে বিৰোধিতা কৰিব সিদ্ধান্ত লওক। যদি নিৰ্দেশনাসমূহৰ বিৰোধিতা কৰে, তেন্তে আপোনাৰ ভোটৰ সৈতে অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশনাসমূহৰ প্ৰতি পৰামৰ্শমূলক পৰিৱৰ্তনসমূহ লিখক।
  3. SecurePoll-এৰে আপোনাৰ ভোট কেনেকৈ ৰেকৰ্ড কৰিব শিকি লওক।
  4. SecurePoll ভোটদান পৃষ্ঠালৈ গৈ নিৰ্দেশনাসমূহ পালন কৰক।
  5. সমাজৰ অন্য সদস্যসকলক ভোট দিবলৈ সোঁৱৰাই দিয়ক!

কিহৰ ওপৰত ভোট দি থকা হৈছে?

ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ নিজস্ব UCoC-ৰ অনুমোদনৰ পাচত ব'ৰ্ডে প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীৰ প্ৰস্তাৱত এক সামাজিক ভোটদানৰ প্ৰতি সমৰ্থন জনাইছে। ট্ৰাষ্টীসকলে মধ্যস্থতা সমিতিসমূহৰ যুটীয়া পত্ৰৰ লগতে স্বেচ্ছাসেৱী কৰ্মকৰ্তা, সহযোগী সদস্য আৰু খচৰা সমিতিৰ জৰীপৰ দ্বাৰা প্ৰকাশিত এনে ভোটৰ সমৰ্থনকো স্বীকৃতি দিয়ে।

২০৩০ চনৰ কৌশলগত লক্ষ্যসমূহৰ এটা মুখ্য পৰামৰ্শ আছিল উৎপীড়নৰ সহনশীলতা অবিহনে সমগ্ৰ আন্দোলনৰ বাবে গ্ৰহণযোগ্য আচৰণৰ এক বিশ্বব্যাপী ভিত্তিৰেখা প্ৰদান কৰিবলৈ UCoC-ৰ সহযোগিতামূলক সৃষ্টি।

সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী

এই নিৰ্দেশনাসমূহ সাৰ্বজনীন আচৰণবিধি প্ৰৱৰ্তনৰ বাবে। UCoC-ক পূৰ্বতে ব'ৰ্ড অৱ ট্ৰাষ্টীজ-এ অনুমোদন জনাইছিল যদিও ইয়াক সমাজে অনুমোদিত কৰা নাই। ইয়াত অন্তৰ্ভুক্ত আছে প্ৰতিৰোধমূলক, গুপ্তচৰমূলক আৰু অনুসন্ধানমূলক পদক্ষেপৰ লগতে সাৰ্বজনীন আচৰণবিধি উলংঘনৰ মোকাবিলা কৰিবলৈ লোৱা অন্যান্য পদক্ষেপ। সকলো অনলাইন আৰু অফলাইন ৱিকিমিডিয়া প্ৰকল্প, অনুষ্ঠান আৰু তৃতীয় পক্ষৰ মঞ্চত আয়োজিত সম্পৰ্কীয় ঠাইসমূহত নিৰ্ধাৰিত কৰ্মকৰ্তাসকলৰ দ্বাৰা প্ৰাথমিকভাৱে প্ৰৱৰ্তন পৰিচালনা কৰা হ'ব― অথচ এইটো কৰ্মকৰ্তাসকললৈ সীমাবদ্ধ নহয়। এইটো সমগ্ৰ ৱিকিমিডিয়া আন্দোলনজুৰি এক সংগঠিত, সময়োপযোগী আৰু ধাৰাবাহিকভাৱে কৰা হ'ব।

UCoC-ৰ প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীত দুটা অংশ আছে:

  • প্ৰতিৰোধমূলক কাম
    • UCoC-ৰ সজাগতা বৃদ্ধি কৰা, UCoC প্ৰশিক্ষণৰ পৰামৰ্শ দিয়া, ইত্যাদি।
  • প্ৰতিক্ৰিয়াশীল কাম
    • অভিযোগ কৰাৰ বাবে এক প্ৰক্ৰিয়াৰ বিশদ-বিৱৰণ প্ৰস্তুত কৰা, উলংঘনৰ অভিযোগসমূহ সংসাধন কৰা, অভিযোগ কৰা উলংঘনৰ বাবে সাধন প্ৰদান কৰা, উলংঘনৰ বাবে প্ৰৱৰ্তন নিৰ্ধাৰণ কৰা, ইত্যাদি।

আপুনি কিয় ভোট দিব লাগে?

UCoC-ৰ বাবে প্ৰৱৰ্তনৰ পথ, প্ৰক্ৰিয়া আৰু কাৰ্যকলাপ চূড়ান্ত কৰাৰ বাবে প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলী অনুমোদিত কৰাটো প্ৰয়োজনীয়। প্ৰৱৰ্তনৰ নিৰ্দেশনাৱলীত ভোটদান প্ৰক্ৰিয়াটো UCoC-ৰ প্ৰতি সমাজৰ সমৰ্থন মূল্যাংকন কৰিবলৈ আৰু বৰ্তমানৰ প্ৰস্তাৱসমূহক লৈ ভোটাৰসকলৰ আপত্তি থাকিলে মতামত সংগ্ৰহ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। যিকোনো প্ৰকাৰে, আপোনাৰ ভোটৰ জৰিয়তে আপোনাৰ কণ্ঠ শুনাটো গুৰুত্বপূৰ্ণ আৰু যদি "নহয়" বুলি ভোট দিয়ে, তেন্তে আপোনাৰ কোনটো অংশক লৈ চিন্তা হৈছে আৰু কিয়― সেইবোৰ স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল― ভোটদান কৰাটোৱে:

  • আপোনাৰ ৱিকিমিডিয়া প্ৰকল্পৰ অভিমতে বিশ্বব্যাপী ভোটত প্ৰতিনিধিত্ব পোৱাটো সুনিশ্চিত কৰিব।

কেনেকৈ ভোটদান কৰিব

SecurePoll ভোটদানৰ এটা মকআপ। বিশেষকৈ মন কৰিব যে ভোটৱিকিয়ে আপুনি লগ ইন কৰা নাই বুলি পৰামৰ্শ দিব পাৰে। আপোনাৰ ভোট তথাপিও ধৰা হ'ব।

SecurePoll-লৈ যোৱাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ ভোটদানৰ অভিজ্ঞতা সুচাৰুৰূপে সম্পাদন কৰিবপৰাকৈ উপযোগী তথ্য পাবলৈ আপুনি এই শাখাটো পঢ়ি ল'ব।

  • ভোটটোৱে ভোটদানৰ প্ৰশ্ন দিব আৰু দুটা বিকল্প আগবঢ়াব: "নহয়" আৰু "হয়"
  • এটা "মন্তব্য" বাকচে প্ৰস্তাৱিত নিৰ্দেশনাৱলীক লৈ আপোনাৰ কিবা উদ্বিগ্নতা থাকিলে আপোনাক মন্তব্য কৰাৰ ঠাই দিব।
  • তাৰপাচত SecurePoll-এ আপোনাক জনাব যে আপোনাৰ ভোট ৰেকৰ্ড কৰা হৈছে।
  • আপুনি নিৰ্বাচনত পুনৰ ভোট দিব পাৰে। ই আপোনাৰ পূৰ্বৰ ভোটটো বাতিল কৰি পেলায়। আপুনি যেইবাৰ বিচাৰে সেইবাৰেই এইটো কৰিব পাৰে।

ভোটদানৰ ফলাফল কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব?

অংশগ্ৰহণ কৰা ব্যৱহাৰকাৰীসকলৰ তৰফৰ পৰা 50%তকৈ অধিক সমৰ্থনৰ প্ৰয়োজন হ'ব যাতে ব'ৰ্ড অৱ ট্ৰাষ্টীজৰ অনুমোদনৰ দিশে আগবাঢ়িব পাৰি। বৰ্তমানে, ভোটদান প্ৰক্ৰিয়াত সফল/অসফল নিৰ্ধাৰণ কৰিবলৈ আন্দোলনটোত কোনো নিৰ্দিষ্ট অধিনিয়ম মানি চলা নহয় (কিছুমান প্ৰক্ৰিয়াত অতিসংখ্যাগৰিষ্ঠতাৰ (⅔) ওচৰা-উচৰি কিবা এটা সংখ্যা ব্যৱহাৰ কৰা হয়, আনহাতে আনবোৰত সাধাৰণ সংখ্যাগৰিষ্ঠতা (50% +1) ব্যৱহাৰ কৰা হয় আৰু আন কিছুমানততো সংখ্যাগত ভোট-গণনা সম্পূৰ্ণৰূপে বৰ্জ্জন কৰা হয়)। এই প্ৰক্ৰিয়াটোক বাস্তৱ জগতৰ ক্ষেত্ৰাধিকাৰৰ বেছিভাগ গণমতৰ অনুৰূপ কৰি ৰাখিবলৈ এক সাধাৰণ সংখ্যাগৰিষ্ঠতা-ভিত্তিক ভোটদান প্ৰক্ৰিয়া বাছনি কৰা হৈছে।

ভোটাৰসকলক সোধা হ'ব কোনবোৰ উপাদান সলনি কৰিব লাগে আৰু কিয়। যদি ভোটদান প্ৰক্ৰিয়াটোত সংখ্যাগৰিষ্ঠ "নহয়" ভোট প্ৰতিফলিত হয়, তেনেহ'লে UCoC প্ৰকল্পৰ দলে "নহয়" বুলি ভোট দিয়াসকলে দৰ্শোৱা কাৰণবোৰ নামবিহীন কৰি প্ৰকাশ কৰিব আৰু এক সংক্ষিপ্ত প্ৰতিবেদন প্ৰস্তুত কৰিব। দুয়োখন UCoC খচৰা সমিতিৰ সদস্যসকলক এখন সংশোধন সমিতি গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব; এই গোটটোৱে ভোটদান প্ৰক্ৰিয়াত উত্থাপিত উদ্বিগ্নতাসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্দেশনাৱলীৰ উন্নতিসাধনৰ ওপৰত দৃষ্টি ৰাখিব। এই প্ৰক্ৰিয়াৰ দৰেই, সংশোধনসমূহ পুনৰীক্ষণৰ বাবে প্ৰকাশ কৰা হ'ব আৰু দ্বিতীয়টো ভোট অনুষ্ঠিত কৰা হ'ব।

সত্যতা প্ৰমাণিত কৰিবলৈ ভোটদান প্ৰক্ৰিয়াটো পৰীক্ষা কৰাত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বাহিৰৰ লোক জড়িত হ'বনে?

ভোটৰ ফলাফলৰ অনিয়মতা পৰীক্ষা অনা-কৰ্মচাৰী ৱিকিমেডিয়ানসকলৰ দ্বাৰা কৰা হ'ব― যিসকলৰ আন্দোলনৰ ভোটদান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা আছে। ভোটৰ পৰীক্ষকসকল হৈছে:

  • User:Sj – প্ৰাক্তন ট্ৰাষ্টী, প্ৰাক্তন অধীক্ষক
  • User:Tks4Fish – বৰ্তমানৰ অধীক্ষক, পৰ্তুগীজ ৱিকিপিডিয়াৰ প্ৰশাসক, চেক-ইউজাৰ আৰু নিৰীক্ষক
  • User:Matanya – current steward, admin on hewiki and Commons, member of the Small Wiki Monitoring Team
  • User:TheresNoTime – current steward, administrator, checkuser and oversighter on enwiki, admin on Meta

Voting eligibility

Voting eligibility is set by the Wikimedia Board of Trustees. All registered Wikimedia contributors who meet minimum activity requirements, affiliate and Wikimedia Foundation staff and contractors (employed prior to 17 January 2022), and current and former Wikimedia Foundation trustees, will have the opportunity to vote on the enforcement guidelines proposal in SecurePoll.

Editors

You may vote from any single registered account you own on a Wikimedia wiki. You may only vote once, regardless of how many accounts you own. To qualify, this one account must:

  • not be blocked in more than one project;
  • and not be a bot;
  • and have made at least 300 edits before 7 February 2022 across Wikimedia wikis;
  • and have made at least 20 edits between 7 August 2021 and 7 February 2022.

The AccountEligibility tool can be used to quickly verify basic editor voting eligibility.

Developers

Developers qualify to vote if they:

  • are Wikimedia server administrators with shell access
  • or have made at least one merged commit to any Wikimedia repos on Gerrit, between 7 August 2021 and 7 February 2022

Additional criteria:

  • or have made at least one merged commit to any repo in nonwmf-extensions or nonwmf-skins, between 7 August 2021 and 7 February 2022
  • or have made at least one merged commit to any Wikimedia tool repo (for example magnustools) between 7 August 2021 and 7 February 2022.
  • or have made at least 300 edits before 7 February 2022 and have made at least 20 edits between 7 August 2021 and 7 February 2022 on translatewiki.net.
  • or maintainers/contributors of any tools, bots, user scripts, gadgets, and Lua modules on Wikimedia wikis.
  • or have substantially engaged in the design and/or review processes of technical development related to Wikimedia.

Note: If you meet the main criteria, you will be able to vote immediately. Due to the technical limitations of SecurePoll, people who meet the additional criteria may not be able to directly vote, unless they meet any of the other criteria. If you think you meet the additional criteria, please email ucocproject@wikimedia.org with the reasoning at least four days before the last date for voting.

Wikimedia Foundation staff and contractors

Current Wikimedia Foundation staff and contractors qualify to vote if they have been employed by the Wikimedia Foundation as of 17 January 2022.

Wikimedia movement affiliates’ staff and contractors

Current Wikimedia Chapter, thematic organization or user group staff and contractors qualify to vote if they have been employed by their organization as of 17 January 2022.

Wikimedia Foundation board members

Current and former members of the Wikimedia Foundation Board of Trustees are qualified to vote.

Voting FAQ

  1. How can I verify my eligibility?
    Editors can utilize the AccountEligibility tool to verify eligibility in the current election. The global account information page is available to learn more about your edit count and contribution history.
  2. How are eligibility requirements set?
    The Wikimedia Foundation Board set the eligibility requirements prior to the start of the election. These are the same requirements used for the Board of Trustees elections.
  3. Eligible voter is unable to vote
    You may receive a message: "Sorry, you are not in the predetermined list of users authorized to vote in this election."
    Solutions
    Make sure you are logged in.
    Make sure you are voting from Meta-wiki, you can use this link to go to the voting start page.
    If you are a developer, Wikimedia Foundation staff member or Advisory Board member, the Elections Committee may not have been able to match you to a specific username. You should contact ucocproject@wikimedia.org to be added to the list.
    If you are still unable to vote and believe you should be able to please leave a message on the election talk page or contact the Elections Committee at ucocproject@wikimedia.org. A response should be sent within 72 hours.
  4. I cannot log into VoteWiki
    You do not need to log into VoteWiki to vote. If you see the ballot, then SecurePoll has successfully identified you. For security reasons, only a limited number of accounts are registered on VoteWiki.
  5. Is anyone able to see who I voted for?
    No, the election is secure. The election uses SecurePoll software. Votes are secret. No one from the Elections Committee, the Board, or anyone on the Wikimedia Foundation staff has access to them. A member of the Trust & Safety team at the Wikimedia Foundation holds the encryption key for the election. Once the key is activated, the election is halted.
  6. What data is collected about voters?
    Some personally identifiable data on voters is viewable by a select few persons who audit and tally the election. See the ratification scrutineers as announced above.
    This includes the IP address and user agent. This data is automatically deleted 90 days after the election.
  7. How will this data be used?
    Metrics about this election will be summarized on the election pages results on Meta and the post-analysis report of the election. No personally identifiable information will be published. This personally identifiable information may be used to determine the number of independent voters and the global spread of voters.
  8. When I vote, I see no acknowledgement that the vote was received, and an automated message appears saying that I need to be logged in to vote. What is happening?

You do not need to log into votewiki to vote. This error is likely a caching issue. We apologise for this hassle: please try to vote again at m:Special:SecurePoll/vote/391.
This should prompt you with a message saying "The vote will be conducted on a central wiki. Please click the button below to be transferred." Clicking on the button will send you to the voting server and should allow you to vote.

  1. Also note that you are free to assign or change your voting preferences as many times as you like. Only one vote per user will be stored, and the system will simply replace your old vote(s) with the new one, and discard any previous vote(s).
    When your voting process is complete, a receipt is displayed on your screen, which you may retain as evidence that you have voted.
  2. How is the voting system safeguarded from users entering multiple votes?
    Only one vote per user is stored on the system. You are free to assign or change your voting preferences as many times as you like. The system will simply replace your old vote(s) with the new one, and discard any previous vote(s).
  3. Are staff forced or encouraged to vote in a specific way?
    No, the staff of the Wikimedia Foundation and those of the affiliates are not encouraged to vote in a specific way. We are encouraging everyone to vote independently. For the Code of Conduct enforcement guidelines to be effective, we need honest input to help us detect if there are areas of needed improvement.
  4. Is the Trust and Safety team biased with relation to the outcome of the vote?
    The Trust and Safety unit has three arms: Policy, Disinformation, and Operations. The team facilitating the UCoC is the Policy team. The Policy team is not involved in investigations of user conduct. While it is not believed the Operations team is or would be biased, this separation of functions was intentional precisely to avoid inadvertent bias. The Policy team is not assessed by whether or not this collaboratively created document reaches approval on its first run or further development is needed. The team is however assessed on whether it works well with the community. This means developing a collaborative approach to enforcing the UCoC that will function for the community. Our goal is to meet that responsibility as well as possible.
  5. Other questions not mentioned here
    For technical or vote system errors, please email ucocproject@wikimedia.org. Please specify the username you are trying to vote with and the project where you are trying to vote. A member of the project team will respond to your email as soon as possible.